Posted inNews

পুনৰ উত্তপ্ত মণিপুৰ; লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰীৰ বাসগৃহত আক্ৰমণ জনতাৰ

নিউজ ডেস্ক: পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। বৃদ্ধি পাইছে হিংসাত্মক কাৰ্যকলাপ। বুধবাৰে উত্তেজিত জনতাই আক্ৰমণ কৰে ৰাজ্যখনৰ লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী গোবিন্দাস কণ্টৌজামৰ বাসগৃহত। বুধবাৰে সন্ধিয়া নিংথৌখং বজাৰত অৱস্থিত গোবিন্দাস কণ্টৌজামৰ বাসগৃহত একাংশ উত্তেজিত লোকে আক্ৰমণ কৰি বাসগৃহ লণ্ডভণ্ড কৰাৰ পাছতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। জানিব পৰা মতে, মন্ত্ৰীগৰাকীৰ বাসগৃহত উত্তেজিত লোকৰ বৃহৎ দলে […]