Posted inঅসম

লাওখোৱা অভয়াৰণ্যৰ বন কৰ্মীক দুৰ্বৃত্তৰ আক্ৰমণ

ৰূপহীহাটঃ লাওখোৱা অভয়াৰণ্যৰ বনকৰ্মীক পুনৰ দুৰ্বৃত্তৰ আক্ৰমণ। সুঁতিৰপাৰ বজাৰৰ বন্যপ্ৰাণী বিভাগৰ বীট অফিচৰ পৰা কৰ্মস্থলীলৈ যাওতে আধাবাটতে পথ আগুচি ধৰি অচিনাকী দূৰ্বৃত্তই আক্ৰমণ কৰে বনকৰ্মীজনক। চোৰাঙকৈ মাছ মৰা পাঁচজনীয়া এটা মাছমৰীয়া দলে দলবদ্ধভাৱে আক্ৰমণ কৰে বনকৰ্মীজনক। এই ঘটনাত গুৰুতৰভাৱে আহত হয় বনকৰ্মী মহম্মদ ইছলাম আলী। তেওঁ বৰ্তমান দগাঁও ব্লক প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসাধীন হৈ আছে। লগতে […]