Posted inঅসম

কামৰূপ গ্ৰাম্য জিলত ডাম্পিং গ্ৰাউণ্ডৰ বাবে ভূমি নাই : অতুল বৰা

গুৱাহাটী :  চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনকলৈ চন্দ্ৰপুৰবাসীৰ ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ বিৰোধ। ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত দিছপুৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে কয় যে মই চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ডৰ বিৰোধিতা কৰি আহিছো। বিধায়ক অতুল বৰাই লগতে কয় “দেওবাৰে চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত আলোচনা হৈছে। মই মুখ্যমন্ত্ৰীক কৈছো চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড […]