নিউজ ডেস্কঃ অসমৰ চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদ এটা মূল সমস্যা। সীমা বিবাদ সন্দৰ্ভত অসম চৰকাৰে চুবুৰীয়া ৰাজ্যৰ সৈতে এখনৰ পিচত আন এখন বৈঠক অনুষ্ঠিত কৰিলেও আজিলৈকে ইয়াৰ সমাধানৰ পথ ওলোৱা নাই। যাৰ বাবে অসমৰ বুজন পৰিমাণৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰি ৰাখিছে। অসমৰ মুঠ ৮২,৭৫১.৮৮ হেক্টৰ ভূমি চুবুৰীয়া ৰাজ্যই বেদখল কৰি ৰাখিছে। অসম […]