নিউজ ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰায়ে বৃদ্ধি পাই গৈ আছে। দেশৰ বহু কেইখন ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০০ টকা পৰ্যন্ত হৈছেগৈ। অসমতে ৯০ টকাৰো অধিক মূল্যত ক্ৰয় কৰিবলগীয়া হয় পেট্ৰ’ল। কিন্তু ইয়াৰ বিকল্প ৰূপে প্ৰায় প্ৰতিটো বাহন নিৰ্মাণ কোম্পানীয়ে ইলেকট্ৰিক বাহন বজাৰত মুকলি কৰিছে। অসমতে বৰ্তমান সময়ত পুৰণি ৰিক্সাসমূহৰ বিপৰীতে ই-ৰিক্সাৰ ব্যৱহাৰ অধিক কৰা পৰিলক্ষিত হয়। […]