গুৱাহাটী : আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলৰ প্ৰতিবাদ। ক’লা বেজ পৰিধান কৰি চিকিৎসক সকলৰ লগতে আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাকর্মী সকলৰ প্ৰতিবাদ। হোজাইত এজন চিকিৎসক আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক আৰু চিকিৎসাকর্মী সকলৰ। ঘটনাৰ লগত জড়িত ব্যক্তি সকলক উচিত শাস্তি প্ৰদানৰ দাবী। দেশজুৰি মাৰাত্মক ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত থকাৰ সময়তে দেশৰ চিকিৎসক […]