Posted inদেশ-বিদেশ

অবিশ্বাস্য! ২কোটি টকাত বিক্ৰী হ’ল এটা বিশেষ ভেড়া

নিউজ ডেস্কঃ অবিশ্বাস্য যদিও সত্য, এক হাজাৰ বা লাখ টকাত নহয়, কোটি টকাত বিক্ৰী হ’ল এটা  ভেড়া। অষ্ট্ৰেলিয়াৰ নিউ চাউথ ৱেলছৰ এই ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, বিশেষ প্ৰজাতিৰ সেই ভেড়াটো ‘এলিট অষ্ট্ৰেলিয়ান হোৱাইট চিণ্ডিকেট’ নামৰ এটা সংস্থাই ক্ৰয় কৰিছে।   গ্ৰাহাম গিলমোৰ নামৰ এজন ভেড়া বিক্ৰেতাই কৈছিল যে তেওঁ […]