নিউজ ডেস্ক- আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অষ্ট্ৰেলিয়াৰ সমকক্ষ এন্থনী এলবানিজৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত দুয়োখন দেশৰ মাজত কৌশলগত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হয়। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও আলোচনাত অংশগ্রহণ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোচনাৰ বাবে উপস্থিত হোৱাৰ সময়ত তেওঁক প্ৰথমে এডমিৰেলটি হাউচত আনুষ্ঠানিক গার্ড […]