প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙলৈ আগবঢ়োৱা হৈছে জীৱনযোৰা সাধনা বঁটা। অৰ্থনীতি আৰু ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ লণ্ডনৰ ভাৰত-ইউকে এচিভাৰ সন্মানৰ জীৱনযোৰা সাধনা সন্মান বঁটা আগবঢ়োৱা হৈছে। বিগত সপ্তাহত এক বঁটা প্ৰদান অনুষ্ঠানত ঘোষণা কৰা এই বঁটা পৰৱৰ্তী সময়ত নেচনেল ইণ্ডিয়ান ষ্টুডেণ্টছ এণ্ড এলুমনি ইউনিয়ন ইউকে চমুকৈ NISAUৰ দ্বাৰা নতুন দিল্লীত ড০ মনমোহন সিঙলৈ […]