Posted inNews

গঁড় হত্যা বন্ধৰ সজাগতাৰ উদ্দেশ্যৰে দৰঙৰ গৌৰী শংকৰ কলিতাৰ পদযাত্ৰা

হাটশিঙিমাৰী: গৌৰী শংকৰ কলিতা নামৰ এগৰাকী ২৫ বছৰীয়া যুৱকে দৰং জিলাৰ মঙলদৈৰ পৰা পদযাত্রা কৰি ২ মাহ ১৭ দিনৰ অন্তত বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত উপস্থিত হয়। অসমত গঁড় হত্যা বন্ধ কৰা, ৰক্তদান, প্ৰকৃতিক সুৰক্ষিত কৰি ৰখা, গছ পুলি ৰোপণ আদি বিভিন্ন বিষয়ত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে তেওঁ এই পদযাত্রা কৰা বুলি জানিবলৈ […]