Posted inঅসম

টীয়কৰ পংকজ বিলাস কলাক্ষেত্ৰত কৰ্কট ৰোগৰ ওপৰত সজাগতা সভা

টীয়কঃ সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সৌজন্যত ডাঃ যদুনাথ বুঢ়াগোহাঁইৰ তত্বাৱধানত টীয়কৰ পংকজ বিলাস কলাক্ষেত্ৰ মৈত্ৰীস্থল নামঘৰ প্ৰেক্ষাগৃহত এক চিকিৎসা শিবিৰ আৰু কৰ্কট ৰোগৰ সজাগতা সভা অনুস্থিত কৰা হয়। উক্ত সভাত পংকজ বিলাস কলাক্ষেত্ৰৰ সকলো সদস্য-সদস্যাৰ লগতে দাঁতিকাষৰীয়া বহুতো ৰাইজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। উল্লেখ্য যে, কৰ্কট ৰোগৰ ওপৰত বিশিষ্ট চিকিৎসকগৰাকীয়ে বিভিন্ন মন্তব্য আগবঢ়াই ৰাইজক ইয়াৰ পৰা […]