Posted inঅসম

দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে মাজুলীত সজাগতা মূলক কাৰ্যসূচী

মাজুলীঃ মাজুলী জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সজাগতা মূলক কাৰ্যসূচী ৷ মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিব লগীয়া পথ সুৰক্ষামূলক ব্যৱস্থাৱলীৰ বিষয়ে সজাগতা আনিবলৈ মাজুলীৰ কমলাবাৰী, গড়মুৰ , ফুলনি, নতুন বজাৰ , জেংৰাইমুখ আদিকে ধৰি বিভিন্ন স্থানত সজাগতা মূলক বাটৰ নাট কাৰ্যসূচী অনুষ্ঠিত […]