Posted inঅসম

তেজপুৰ আৰক্ষীয়ে ৰাইজৰ মাজত বিলালে বিশেষ গোঁহাৰি পত্ৰ

তেজপুৰঃ বিগত দিনবোৰত কোভিড বিধি ভংগকাৰীৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ আৰক্ষীয়ে শাস্তি প্ৰদান কৰিছিল। পিছে ইয়াৰ বিপৰীতে আকৌ বৃহস্পতিবাৰে তেজপুৰত দেখা গ’ল আৰক্ষীৰ এক ব্যতিক্ৰমী অভিযান । তেজপুৰ বেবেজিয়া আৰক্ষীৰ হাতত এতিয়া বিশেষ গোঁহাৰি পত্ৰ। “এতিয়া সকলো সাৱধান হোৱাৰ সময়, মাক্স পৰিধান কৰক, হাত চাবোন অথবা ছেনিটাইজ কৰি পৰিস্কাৰ কৰক, সামাজিক দূৰত্ব বজাই ৰাখক, বিনা […]