Posted inঅসম

পেগাছাচক লৈ সোচ্চাৰ অসম নাগৰিক সমাজ

গুৱাহাটীঃ পেগাছাচকলৈ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ অসম নাগৰিক সমাজ। পেগাছাচ সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজৰ সংবাদমেল। পেগাছাচ কাণ্ডই বিশ্বৰ বিভিন্ন মহলত জোকাৰণি সৃষ্টি কৰিছে। নিউয়ৰ্ক টাইমচত ইজৰায়েলী সংস্থা এন এচ অ’ৰ বিষয়ে প্ৰকাশ কৰা প্ৰতিবেদন এটাই ভাৰত চৰকাৰৰ মুখা খুলি দিলে । প্ৰতিবেদনটোত উল্লেখ কৰা মতে ২০১৭চনত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ইজৰাইল ভ্ৰমণৰ সময়ত ভাৰত চৰকাৰে […]