Posted inদেশ-বিদেশ

পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ ধ্বনিত মুখৰিত অযোধ্য:মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আধাৰশিলা স্থাপন কৰিলে ৰামমন্দিৰৰ গৰ্ভগৃহৰ

নিউজ ডেস্কঃ আজি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আধাৰশিলা স্থাপন কৰিলে ৰামমন্দিৰৰ গৰ্ভগৃহৰ। আধাৰশিলা কাৰ্যসূচী পুৱা ন বজাত আৰম্ভ হয়। এই মাংগলিক কাৰ্যসূচী পুৱা ৩ ঘণ্টা আৰু সন্ধিয়া ৩ ঘণ্টা কৰা হয়। পূজাৰ বাবে অযোধ্যাৰ ৯০গৰাকী পুৰোহিতক আমন্ত্ৰণ জনোৱা হয়।   আধাৰশিলা স্থাপন কৰাৰ পাছত মুখ্যমন্ত্রী যোগীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দুবছৰ পূৰ্বে ৰাম মন্দিৰৰ ভূমি […]