Posted inদেশ-বিদেশ

#Tiranga : ১৫ আগষ্টত Boston ত উৰিব ২২০ ফুট ত্ৰিৰংগা পতাকা

ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱস এইবাৰ কেৱল দেশতে উদযাপন কৰা নহ’ব, বৰঞ্চ বিদেশতো উৰিব জাতীয় পতাকা, বিদেশতো ধ্বনিত হ’ব ৰাষ্ট্ৰগান। ১৫ আগষ্টত আমেৰিকাৰ Boston চহৰত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এখন বিমানে ২২০ ফুট দীঘল ভাৰত-আমেৰিকাৰ পতাকা উত্তোলন কৰিব।