Posted inNews

ছত্ৰপতি শিৱাজী মহাৰাজৰ ‘ৰাজ্যাভিষেক দিৱস’ৰ উপলক্ষে অনুষ্ঠিত কাৰ্যক্ৰম সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

নিউজ ডেস্ক- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ছত্ৰপতি শিৱাজী মহাৰাজৰ ‘ৰাজ্যাভিষেক দিৱস’ৰ ৩৫০ সংখ্যক বৰ্ষপূৰ্তি অনুষ্ঠানত ভাষণ দিয়ে। সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ‘আজাদী কা অমৃত মহোৎসৱ’ত ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেক দিৱসে সকলোৰে বাবে নতুন চেতনা আৰু নতুন শক্তি কঢ়িয়াই আনিছে। তেওঁ কয় যে ছত্ৰপতি শিৱাজী মহাৰাজৰ ৰাজ্যাভিষেক তিনিশ পঞ্চাশ […]

Posted inঅসম, উত্তৰ-পূৱ, মুখ্যপৃষ্ঠা

বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ত ‘আজাদী কা অমৃতমহোৎসৱ’ আৰু ‘৮ বছৰীয়া সেৱা, সুশাসন আৰু দৰিদ্ৰকল্যাণ সম্পৰ্কীয় আলোকচিত্ৰ প্ৰদৰ্শনী’ৰ শুভাৰম্ভ অনুষ্ঠান’