Posted inঅসম

আজাৰাত চলন্ত গাড়ীত অগ্নিকাণ্ড

আজাৰা : আজাৰাত চলন্ত গাড়ীত অগ্নিকাণ্ড। চলন্ত চুইফট ডিজাইৰত লাগিল ভয়ংকৰ জুই। বায়ু সেনাৰ অগ্নি নিৰ্বাপনৰ দল উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। বিমানবন্দৰৰ পৰা যাত্ৰী লৈ শ্বিলঙলৈ গৈ থকা অৱস্থাতে আজাৰাৰ সমীপৰ গুৱাহাটী-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথতে দপদপাই জ্বলি উঠিল বাহনখন। এ এছ-০১-এম চি-৬৫৮০ নম্বৰৰ চুইফট বাহনত বিজুতি ঘটি সংঘটিত হয় এই অগ্নিকাণ্ড। লগতে […]