Posted inঅসম

বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালৰ আন্তঃমহাবিদ্যালয় শ্ল’গান লিখা প্ৰতিযোগিতা

গুৱাহাটী : বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালৰ উদ্যোগত আন্তঃমহাবিদ্যালয় শ্ল’গান লিখা প্ৰতিযোগিতা। আন্তঃৰাষ্ট্ৰীয় মাদকদ্ৰব্য নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ দিৱস উপলক্ষে বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ে আন্তঃমহাবিদ্যালয় শ্ল’গান লিখা প্ৰতিযোগিতা আয়োজন কৰিছে। ২৬ জুনত আন্তঃৰাষ্ট্ৰীয় মাদকদ্ৰব্য নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ দিৱস উপলক্ষে তিনিচুকীয়া জিলাৰ ডুমডুমাস্থিত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ে আন্তঃমহাবিদ্যালয় শ্ল’গান লিখা প্ৰতিযোগিতাৰ আয়োজন […]