Posted inঅসম

বি বৰুৱা মহাবিদ্যালয়ৰ ৬গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিড-১৯

গুৱাহাটীঃ পুনৰ বৃদ্ধি পাইছে কোভিড-১৯ৰ সংক্ৰমণ। মহানগৰীত এখনৰ পাছত আন এখন শিক্ষানুষ্ঠানত কোভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাছত এইবাৰ মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ ৬গৰাকী শিক্ষাৰ্থীৰ দেহত কোভিড-১৯পজিটিভ ধৰা পৰিছে। লগতে পঢ়কঃবেংকৰ নথি জালিয়াতি কৰি আৰক্ষীৰ জালত দুই যুৱক জিএমচিএইচৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে। মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ কোভিড টেষ্ট কৰোৱাৰ পাছত এই […]