নিউজ ডেস্ক : ইমান দিনে যোগাসন আৰু আয়ুৰ্বেদে তেওঁক কোৰোনা ভাইৰাছৰ পৰা ৰক্ষা কৰিব বুলি দাবী কৰি ক’ভিড ভেকচিনৰ প্ৰয়োজন নাই বুলি কৈ অহা বাবা ৰামদেৱে অৱশেষত ক’ভিডৰ টীকাকৰণৰ বাবে ৰাজী হ’ল। কিছুদিন আগলৈকে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ সৈতে বিতৰ্কত লিপ্ত হৈ অহা যোগগুৰু এতিয়া চিকিৎসকলক “পৃথিৱীত ঈশ্বৰৰ দূত” বুলি বৰ্ণনা কৰে। বৃহস্পতিবাৰে ৰামদেৱে এই মন্তব্য […]