Posted inঅসম

হাছিনাৰ প্ৰেমত পৰি কেনেদৰে প্ৰাণ গ’ল জাহাংগীৰৰ

বদৰপুৰ: প্ৰেমিকা এগৰাকী নাম হাছিনা চৌধুৰী প্ৰেমিক ৪ জন। এই প্ৰেমৰ বাবেই কাল হ’ল এজন প্ৰেমিক জাহাঙ্গীৰ আলমৰ । পষ্টমৰ্টেন ৰিপ’ৰ্টত ওলাল আত্মহত্যা নহয় হত্যা কৰা হৈছিল জাহাঙ্গীৰক। অবশেষত তিনিজন প্ৰেমিকৰ সৈতে জেললৈ কুখ্যাত জ্যুলিয়েট, হাছিনা চৌধুৰী। কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ দেওৰাইল গাঁৱৰ ভাৰাঘৰত চিপ লোৱা অৱস্থাত যোৱা ২২ জুনত উদ্ধাৰ হৈছিল বদৰপুৰৰ নবিন চন্দ্ৰ মহাবিদ্যালয়ৰ […]