নিউজ ডেস্ক: বদৰপুৰ আৰক্ষী আৰু বি এছ এফৰ যুটীয়া অভিযানত চাৰিটাকৈ পিস্তল সহ দুইজন যুবক আটক কৰিছে । গুৱাহাটীৰ পৰা বদৰপুৰ লৈ ৰেলত আহিছিল যুবক দুইজন। সীমান্ত সুৰক্ষা বাহিনীৰ ১নং বেটেলিয়ানৰ চোৰাংচোৱা বিভাগে বদৰপুৰ ষ্টেচন ৰোডৰ পৰা আটক কৰে যুৱক দুইজনক। যুৱক দুইজনৰ পৰা উদ্ধাৰ হৈছে চাৰিটাকৈ পিস্তল সহ মেগাজিন আৰু এটা কলম পিস্তল। বৰ্তমানে […]