Posted inৰাজনীতি

ৰাজ্য সভাৰ নিৰ্বাচনক লৈ বদৰুদ্দিন আজমলৰ স্থিতি

নিউজ ডেস্কঃ অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে অহা ৩১মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব। সকলো বিৰোধী দল মিলিলে দ্বিতীয় খন আসনত জয়লাভৰ সম্ভাবনা আছে, সেইবাবেই কংগ্ৰেছৰ সহযোগিতা বিচাৰিছে এআইইউডিএফয়ে । ধুবুৰীত সাংসদ মৌলানা বদৰুদ্দিন আজমলে সংবাদমেলত এই কথা জানিবলৈ দিয়ে। এআইইউডিএফ প্ৰধান গৰাকীয়ে কয়, ”ৰাজ্য সভাৰ আসন এইবাৰ আমাক লাগে। আমি ১২ তাৰিখ দিল্লী যাম ছোনিয়া গান্ধীৰ […]