নিউজ ডেস্কঃ বাঘজান তৈলখাদৰ চাৰিও দিশ জৈৱবৈচিত্ৰৰ ভাণ্ডাৰ । এই খাদটোৰ বিস্ফোৰণৰ ফলত পাৰ্শ্বৱৰ্তী অঞ্চলৰ ব্যাপক ক্ষতি হৈছে। অগ্নিকাণ্ড আৰু প্ৰদূষণৰ ফলত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ, জলবায়ু, জীৱ জন্তুৰ মৃত্যু ঘটাৰ লগতে এই অঞ্চলত গেছ নিৰ্গত হোৱাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহে। ভাৰতৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে বাঘজান তৈলখাদ বিস্ফোৰণৰ ফলত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ […]