Posted inঅসম

বাঘজান কাণ্ড : এটা বছৰৰ পিছতো অন্ত পৰা নাই বাঘজানবাসীৰ যাতনা

ক্ষতিপূৰণ বিচাৰি প্ৰতিবাদ কৰা বাঘজানৰ ৰাইজ আৰু অসম আৰক্ষীৰ মাজত যোৱা শনিবাৰে সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ তিনিচুকীয়া জিলা প্ৰশাসনে বাঘজান অঞ্চলত ১৪৪ ধাৰা বলৱৎ কৰি এদিনৰ বাবে অঞ্চলটোত কোনো ধৰণৰ জনসমাগমত নিষেধাজ্ঞা আৰোপ কৰে। শনিবাৰে পুৱা বিস্ফোৰণ সংঘটিত, বৰ্তমানে বন্ধ হৈ থকা তৈল খাদৰ পৰা অইলে ইয়াৰ বাহন তথা সা-সৰঞ্জাম উলিয়াই নিবলৈ আহোতে প্ৰায় অৰ্ধ […]