Posted inঅসম

বাঘজানত ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা গাঁওবাসীৰ ওপৰত আৰক্ষীৰ আক্ৰমণ, কেইবাজন আহত

নিউজ ডেস্ক : বাঘজান কাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ক্ষতিপূৰণৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষী-নিৰাপত্তা বাহিনীৰ লোকে প্ৰতিবাদী জনতাৰ ওপৰত আক্ৰমণ চলায়। অইল কৰ্তৃপক্ষই বিস্ফোৰণ সংঘটিত হোৱা বাঘজান তৈল খাদৰ পৰা অইলৰ বাহন, টেংকাৰ আদি কিছু সা-সৰঞ্জাম উঠাই নিবলৈ অহাৰ স্থানীয় ৰাইজে বাধা দিয়াৰ সময়তে এই ঘটনা সংঘটিত হয়। অইল কৰ্তৃপক্ষই বৰ্তমান বন্ধ হৈ বাঘজান […]