Posted inইষ্ট ম'জ' বিশেষ

তৈলক্ষেত্ৰৰ দুৰ্যোগৰ দুটা বছৰ পিছত বাঘজানত ৰিক্ত শস্যৰ পথাৰ

বাঘজান কাণ্ডৰ দুটা বছৰ পাৰ হ’ল। ২০২০ চনৰ ২৭ মে’ত বাঘজানত অইলৰ এটা তৈলখাদত সংঘটিত ভয়ংকৰ বিস্ফোৰণে আন কেইবাটাও পৰিয়ালৰ দৰে ৰিতু চন্দ্ৰ মৰাণৰ ঘৰ-বাৰী সমূলি ধ্বংস কৰি পেলাইছিল। বিস্ফোৰণৰ দুটা বছৰ পিছত, খাদৰ পৰা নিৰ্গত হোৱা তৈল পদাৰ্থই অনিষ্ট কৰি পেলোৱা মাটিখিনিক পুনৰ খেতিৰ উপযোগী কৰি তুলিবলৈ মৰাণে চেষ্টাৰ কোনো ত্ৰুটি কৰা নাই, কিন্তু […]