‘কেন্দ্ৰীয় যোগাযোগ ব্যুৰো’ (চিবিচি)-ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ে আয়োজন কৰা দুদিনীয়া আলোকচিত্ৰ প্ৰদৰ্শনী তথা প্ৰচাৰ কাৰ্যসূচীৰ আজি বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ত শুভাৰম্ভ কৰা হয়। প্ৰদৰ্শনীখনৰ বিষয়বস্তু হৈছে ‘স্বাধীনতাৰ অমৃত মহোৎসৱ তথা সেৱা, সুশাসন আৰু দৰিদ্ৰ কল্যাণৰ ৮ বছৰ’। প্ৰদৰ্শনীখন উদ্বোধন কৰি ‘ব্ৰহ্মপুত্ৰ বিজ্ঞান বিদ্যালয়’ৰ অধ্যক্ষ শ্ৰী কিৰণ কাকতিয়ে কয় যে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আৰু […]