Posted inNews

দুগ্ধ বিল্পৱ গঢ়ি স্বাৱলম্বী হ’বলৈ সকলোকে আহ্বানঃ ৰঞ্জিত কুমাৰ দাস

নিউজ ডেস্ক- আজি বজালী অঞ্চলত  উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। তেওঁ দুগ্ধ উৎপাদন বৃদ্ধিৰ মানসেৰে Dairy Development Department ৰ তৰফৰ পৰা আগবঢ়োৱা নিত্যানন্দৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত এক অনুস্থানত যিসকল গো-পালকে দৈনিক ১০০ লিটাৰকৈ দুগ্ধ উৎপাদন কৰি আহিছে তেওঁলোকক দানাৰ বেগ বিতৰণ কৰে৷ তেখেতে কয় যে, আমাৰ অসমত দুগ্ধৰ চাহিদা অনুযায়ী […]