Posted inNews

আজি WFI মুৰব্বী ব্ৰিজ ভূষণৰ বিৰুদ্ধে এজাহাৰৰ গোচৰ ৰুজু

নিউজ ডেস্ক: দিল্লী আৰক্ষীয়ে যৌন নিৰ্যাতনৰ অভিযোগত ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি আজি ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বুলি উচ্চতম ন্যায়ালয়ত জানিবলৈ দিয়ে। ২১ এপ্ৰিলত, এগৰাকী নাবালকসহ সাতগৰাকী মহিলা মল্লযোদ্ধাই ব্ৰিজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল কিন্তু তেতিয়া দিল্লী আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰা হোৱা নাছিল। যাৰ বাবে পৰৱৰ্তী পৰ্যায়ত […]