Posted inক্ৰীড়া

টকিঅ’ অলিম্পিকত পদক লাভৰ সম্ভাব্যৰ তালিকাত কোন ভাৰতীয়

টকিঅ’ অলিম্পিকৰ বাবে ভাৰতীয় দলৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত । ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব লগীয়া প্ৰতিযোগিতাত ভাৰতীয় দলৰ ১১৯ গৰাকী এথলীটে অংশ ল’ব এইবাৰৰ প্ৰতিযোগিতাত । বিশ্ব ক্ৰীড়াৰ সৰ্বোচ প্ৰতিযোগিতা খনত ভাৰতে ৮৫ টা পদক লাভৰ যুঁজত অবতীৰ্ণ হ’ব । ভাৰতীয় দলটোত আছে ৬৭ গৰাকী পুৰুষ আৰু ৫২ গৰাকী মহিলা প্ৰতিযোগীয়ে অংশ লোৱাৰ বাবে সাজু […]