Posted inঅসম

নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য ভাৰত-ভূটান সীমান্তৰ ৰাইজ

তামুলপুৰ : নিজৰাৰ পানী খাই জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য ভাৰত-ভূটান সীমান্তৰ ৰাইজ। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ হাজোগুড়ী গাঁৱৰ লোকসকল বছৰ বছৰ ধৰি নিজৰা পানীয়ে খাই জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য। কেৱল নিৰ্বাচনৰ সময়তে এই সকল ৰাইজক লাগে ৰাজনৈতিক দলৰ নেতা সকলক। চৰকাৰ পৰিৱৰ্তন হ’ল কিন্তু ৰাইজৰ ভাল দিন নাহিল। ৰাইজৰ ভাল দিন কেতিয়া […]