Posted inঅসম

বাক্সাত হাতুৰিৰে কোবাই বৃদ্ধক হত্যা

বাক্সাঃবাক্সাৰ লেব্ৰা শান্তিপুৰ অঞ্চলত নৃশংস হত্যাকাণ্ড। হাতুৰিৰে কোবাই দিনদুপৰতে দুৰ্বৃত্তই হত্যা কৰিলে বৃদ্ধক। ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ পলায়ন। মৃতলোকজন জুমিন মুৰ্মু ( ৬০)। বৃদ্ধগৰাকীৰ ঘৰ লেব্ৰা শান্তিপুৰত বুলি জানিব পৰা গৈছে। পিছে বিগত ছয়বছৰ ধৰি বৃদ্ধজনে সমীপৱৰ্তী খাৰমাটিত অকলশৰীয়াকৈ আশ্ৰয় লৈ আছিল৷ বৃদ্ধগৰাকীৰ মৃতদেহ তেখেতৰ ভ্ৰাতৃয়ে প্ৰত্যক্ষ কৰে আৰু লগে লগে বাগানপাৰা আৰক্ষীক খবৰ দিয়ে […]