বাক্সা : বড়োভূমিত নতুনকৈ গঠন হোৱা উগ্ৰপন্থী সংগঠন ইউ এল বিৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে। নিশা বাক্সা জিলাৰ কেইবাটাও অঞ্চলত ইউ এল বিৰ সদস্যৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান। বাক্সা জিলাৰ গোৰেশ্বৰ, নাগ্ৰীজুলি, কুমাৰীকাটা আৰু শুৱাগপুৰত ইউ এল বিৰ সদস্যৰ বিৰুদ্ধে আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলায়। অভিযানত দুজনকৈ ইউ এল বিৰ সদস্যক আৰক্ষীয়ে আটক […]