Posted inঅসম

মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ডকাইতৰ পিষ্টল আৰু গুলী

বাক্সা : ধৃত দুধর্ষ ডকাইত হীৰকজ্যোতি ডেকাক জেৰা চলাই আৰক্ষীয়ে মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিলে পিষ্টল অৰু গুলী। মুছলপুৰত গাঁতত পুতি থোৱা অৱস্থাত পিষ্টল উদ্ধাৰ। বাক্সাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেলগুৰিপথাৰ গাঁৱৰ দুৰ্গম অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে এটা পিষ্টলসহ গুলী আৰু মেগজিন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাক্সাৰ মুছলপুৰত পুনৰ অবৈধ অস্ত্ৰৰ ঝনঝননি। […]