Posted inঅসম

বাক্সা জিলাৰ দেওচুঙা গাৱঁত বন্যহস্তীৰ উপদ্ৰৱ

গোৰেশ্বৰঃ প্ৰতিদিনে বন্যহস্তীয়ে তাণ্ডৱ সৃষ্টি কৰিছে ভাৰত-ভূটান সীমান্তৰ দেওচুঙাৰ বৃহত্তৰ অঞ্চল। বৃহস্পতিবাৰে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি অহা হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা তিনিটা হাতীয়ে একেনিশাই ভাঙিলে ৩ টাকৈ পৰিয়ালৰ বাসগৃহ। প্ৰায় এশ-ডেৰশ বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাইছিল অঞ্চলটোত। দেওচুঙা গাঁৱৰ সমীন বসুমতাৰী, ৰজনী ৰাজবংশী, মধুৰাম কলিতা নামৰ তিনিটা দৰিদ্ৰ পৰিয়ালৰ ঘৰত উপদ্ৰৱ চলাই […]