Posted inইষ্ট ম'জ' বিশেষ

বকোৰ দিক্ষীতা চুইটচ্ এণ্ড বেকাৰী নব প্ৰজন্মৰ উৎকৰ্ষ সাধনৰ এক কেন্দ্ৰস্থল

আইনুল হক চৌধুৰীঃ জনাৰ্দন বড়ো। ব্যতিক্ৰমি ব্যক্তিত্ব, ব্যতিক্ৰমি চিন্তাৰ বাবেই বিখ্যাত তেও । প্ৰচাৰ নালাগে গোপনে নিজৰ কাম নিয়াৰীকৈ কৰি যোৱা এই গৰাকী জনাৰ্দন বড়ো ।বকোৰ বিখ্যাত দিক্ষীতা চুইটচ্ এণ্ড বেকাৰীৰ স্বত্বাধিকাৰী। বৰপাৰাৰ জনাৰ্দন বড়ো অকল এখন হোটেলৰ মালিক নহয়। তেওঁ এজন সঁচা সংস্কৃতিৰ সাধক। এওঁৰ হোটেলখন এখন হোটেল বুলি ক’লে ভুল হ’ব। এখন কলাকেন্দ্ৰ […]