বালিপাৰা,চিৰাংঃ কিছুদিনধৰি পৰি থকা নেৰা নেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানে ৰাজ্যত কালৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বালিপাৰাতো বানৰ সংহাৰী ৰূপ অব্যাহত আছে। বালিপৰাত বানপানীত আৱদ্ধ লোকক উদ্ধাৰ অভিযানত এন ডি আৰ এফ বাহিনী৷ শুকুৰবাৰে বানপানী পৰিভ্ৰমণ কৰি বানাক্ৰান্ত ৰাইজৰ উদ্ধাৰ অভিযানৰ বুজ লয় সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীয়ে। এন ডি আৰ এফ বাহিনীৰ […]
Tag: Balipara
Posted inঅসম
বালিপাৰাত নিষিদ্ধ হেৰোইনসহ আটক দুজন
Posted inঅসম