যোৰহাট : যোৰহাটৰ বাল্য ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।নিজে পঢ়া বিদ্যালয়ত উপস্থিত হৈ আবেগিক মুখ্যমন্ত্ৰী।নিজে পঢ়া বিদ্যালয়খন পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।নিজৰ নাম থকা ৰেজিষ্টাৰ বহীত লিখিলে মনৰ কথা।নিজে পঢ়া বিদ্যালয়খনত উপস্থিত হৈ আবেগিক হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি লিখিছে যে,”মোৰ শিক্ষাজীৱনৰ কঠীয়াতলী যোৰহাটৰ বাল্য ভৱন-মোৰ বাবে […]