Posted inঅসম

ঢকুৱাখনাত কোলাত কেঁচুৱা, হাতত বাঁহ লৈ গাঁৱৰ মহিলাই সাজি উলিয়ালে দলং

লখিমপুৰ, পল্লব মিলি: চৰকাৰী ধনেৰে নহয়, লখিমপুৰ জিলাৰ ঢকুৱাখনা বিধানসভা সমষ্টিৰ মৰনৈ পঞ্চায়তৰ বালিজান গাঁৱৰ মহিলাসকলে নিজে শ্ৰমদান কৰি নিৰ্মান কৰি তুলিছে এখন বাঁহৰ দলং। বালিজান-বাসুদেৱ থান সংযোগী পথৰ বলাহীজানৰ ওপৰত দলং নথকাৰ বাবেই যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছিল বালিজান গাঁৱৰ ৰাইজে। বাৰিষা অথবা খৰালি পানীত নামি গাঁওবাসীয়ে কৰিব লাগে যাত্ৰা। অঞ্লটোৰ ৰাইজে চৰকাৰ তথা […]