নিউজ ডেস্ক- নুনমাটিৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ বন্দনা কলিতাই স্বীকাৰোক্তি দি কয় আনৰ দ্বাৰা প্ৰৰোচিত হৈ শাহুৱেক আৰু স্বামীক তেওঁ হত্যা কৰিছিল। জানিব পৰা মতে, আৰক্ষীয়ে ১৬০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰাৰ পাছত কালি এই চাঞ্চল্যকৰ মন্তব্য প্ৰকাশ কৰিছে অভিযুক্ত বন্দনা কলিতাই। কাৰাবন্দী হৈ থকা বন্দনা কলিতাক আৰক্ষীয়ে আদালতত হাজিৰ কৰাইছিল। আদালতলৈ আহোতে বিভিন্ন প্রশ্নৰ উত্তৰত অভিযুক্ত […]