শিলচৰ: দক্ষিণ অসমৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ পৰা মিজোৰামলৈ ৰে’লপথ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব। ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে অসম আৰু মিজোৰামৰ মাজত ৰে’লপথযোগে সংযোগ স্থাপন হ’ব। উল্লেখ্য যে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ পৰা মিজোৰামৰ মামিতলৈ স্থাপন হ’ব ৰে’লপথ। কৰিমগঞ্জৰ বিজেপি সাংসদ কৃপানাথ মাল্লাৰ নেতৃত্বত এটা দলে শনিবাৰে নতুন দিল্লীৰ ৰে’ল ভৱনত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক […]