নিউজ ডেস্ক : অসমৰ অধিক মানুহক বেংকিঙৰ পৰিসৰৰ ভিতৰতলৈ অনাৰ উদ্দেশ্যে অহা বছৰৰ ভিতৰত ৰাজ্যত ৫৭ টা বেংকৰ নতুন শাখা মুকলি কৰা হ’ব, কেন্দ্ৰীয় ৰাজ্যিক বিত্ত মন্ত্ৰী ভাগৱত কৃষ্ণৰাও কাৰাডে এই কথা সদৰী কৰে। বুধবাৰে গুৱাহাটীত এটা ‘credit outreach programme’ মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উত্তৰ-পূবাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰখা […]
Tag: Bandhan Bank
Posted inঅসম