Posted inঅসম

মাইক্ৰ ফাইনেঞ্চৰ পৰা ঋণ লৈ একাংশ ব্যৱসায়ীৰ সফলতা

ধেমাজিঃ বন্ধন বেংকে সলনি কৰিলে বহুৰে জীৱন। যি সময়ত ৰাজ্যৰ একাংশ লোকে মাইক্ৰ ফাইনেঞ্চৰ ঋণৰ পৰা ৰেহাই দিবলৈ প্ৰতিবাদ কৰিছে,তেনে সময়তে একাংশ ক্ষুদ্ৰ ব্যৱসায়ীৰ বন্ধন বেংকৰ ঋণৰ জৰিয়তে স্বাৱলম্বীতাৰ পথ মুকলি হৈছে। লাখ লাখ নিবনুৱা মহিলাই বন্ধন বেংকৰ ঋণৰ জৰিয়তে জীৱনৰ পথ সলনি হৈছে। সমাজৰ সমস্যাৰে জৰ্জৰিত মহিলা সকলৰ জীৱনত সঠিক পথ দেখুৱাবৰ বাবে ২০০১ […]