Posted inদেশ-বিদেশ

আজি আৰু কাইলৈ বন্ধ থাকিব বেংক

গুৱাহাটী : আজি আৰু কাইলৈ বন্ধ থাকিব বেংক। দেশজুৰি ১৬ আৰু ১৭ ডিচেম্বৰত বেংক বন্ধ। ৰাজহুৱা খণ্ডৰ বেংক সমূহে দুদিনৰ বাবে বেংক বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। দেশজুৰি প্ৰায় ১০ লাখ বেংক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজহুৱা খণ্ডৰ বেংক সমূহক ব্যক্তিগত কৰণ কৰাৰ বিৰোধিতাৰে দেশজুৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰী সকলে। উল্লেখ্য […]