Posted inদেশ-বিদেশ

ছেপ্টেম্বৰ মাহত ১৩ দিন বন্ধ থাকিব বেংক; শীঘ্ৰেই কৰি লওক গুৰুত্বপূৰ্ণ কামসমূহ

আপোনাৰ যদি বেংকৰ সৈতে কিবা গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া আছে তেন্তে শীঘ্ৰে সেই কামসমূহ কৰি লওক। কাৰণ উৎসৱৰ বাবে অহা ছেপ্টেম্বৰ মাহৰ ১৩ দিনেই বেংকসমূহ বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ছেপ্টেম্বৰ মাহৰ বাবে বেংক বন্ধৰ তালিকা প্ৰকাশ কৰিছে। অৱশ্যে এই তালিকাত থকা মুঠ ১৩ বন্ধৰ ভিতৰত সপ্তাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ লগতে দেওবাৰৰ সাপ্তাহিক বন্ধও আছে। […]