Posted inচাকৰি

চাকৰি! ইণ্ডিয়ান বেংকত ৩ শতাধিক পদত নিযুক্তি সৃষ্টি

নিউজ ডেস্ক: ইণ্ডিয়ান বেংকত খালী হৈ থকা বিভিন্ন পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ বাবে আৱেদন আহ্বান কৰা হৈছে। ইণ্ডিয়ান বেংকত ৩১২টা ‘স্পেচিয়েলিষ্ট অফিচাৰ’ৰ পদ খালী হৈ আছে। পদসমূহ হৈছে – Senior Manager (Credit) Manager (Credit) Senior Manager (Accounts) Manager (Accounts) Assistant Manager (Accounts) Manager (Accounts) Chief Manager (Risk Management) Senior Manager (Risk Management) Manager (Portfolio […]