Posted inঅসম

এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে জনীয়াত ৰাইজৰ মাজত হাহাকাৰ

জনীয়া : জনীয়া সমষ্টিৰ চনপুৰা গাঁৱত এটুপাল বিশুদ্ধ খোৱীপানীৰ বাবে ৰাইজৰ মাজত হাহাকাৰ। বেকী নদীৰ লেতেৰা পানী সেৱন কৰি প্ৰাণ ৰক্ষা একাংশ ৰাইজৰ। নাই দমকল, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা। চৰকাৰৰ ওপৰত ক্ষোভিত গাঁওবাসী। বৰপেটা জনীয়া সমষ্টিৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চনপুৰা গাঁৱৰ ৰাইজে এটুপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিব লগীয়া হৈছে। বেকী নদীৰ লেতেৰা […]