Posted inদেশ-বিদেশ

প্ৰসিদ্ধ সংগীত পৰিচালক, গায়ক বাপ্পী লাহিড়ীৰ মৃত্যু

বলীউডৰ বিখ্যাত সংগীত পৰিচালক,গায়ক সুৰকাৰ বাপ্পি লাহিড়ী মৃত্যু। বুধবাৰে পুৱাই মুম্বাইৰ জুহুৰ ক্ৰিটি কেয়াৰ হস্পিটেলত মৃত্যু হয় শিল্পী গৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। বাপ্পি লাহিড়ী কিছু দিন ধৰি অসুস্থ হৈ আছিল আৰু ক্ৰিটি কেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছিল। বাপ্পী লাহিড়ীয়ে বলীউডত ডিস্কো আৰু পপ সংগীতৰ যুগ আৰম্ভ কৰিছিল। বেশভূষাৰ বাবেও জনপ্ৰিয় আছিল […]