Posted inঅসম

বৰাইল অভয়াৰণ্যৰ মাজেৰে নিৰ্মাণ হ’বলগীয়া ৰাষ্ট্ৰীয় ঘাইপথে ভাবুকি আনিব জীৱকূললৈ

নিউজ ডেস্কঃ বৰাক উপত্যকাৰ বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যৰ মাজৰে  ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণে  টুপীমূৰীয়া বান্দৰৰ  বসতিস্থলৰ  প্ৰতি ভাবুকি সৃষ্টি কৰিব। বৰাইল  অভয়াৰণ্যত বান্দৰৰ সাতটা প্ৰজাতি পোৱা যায়।  ইয়াৰে পাঁচটা প্ৰজাতি বিশ্বব্যাপী হ্ৰাস পাব ধৰিছে।  ইয়াৰে ভিতৰত এটা প্ৰজাতি হৈছে এক বিলুপ্তপ্ৰায় টুপীমূৰীয়া বান্দৰ। বৰাইল অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৩২৬.২৪ বৰ্গকিলোমিটাৰ। বিবিধ প্ৰাণী আৰু উদ্ভিদৰ বাবে  এই অভয়াৰণ্যখনে দীৰ্ঘদিন ধৰি […]