Posted inNews

Assam: বিধায়কক বুলিলে ‘অশিক্ষিত’, চৰকাৰী বিষয়াৰ বিৰুদ্ধে ২০০০ এজাহাৰ দাখিল থানাত

মৰমৰ বিধায়কক অশিক্ষিত বুলি কোৱাৰ দুঃসাহস! সঞ্জয় কুমাৰ আহিৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ বিচাৰি ২০০০ ৰো অধিক এজাহাৰ দাখিল অনুৰাগীৰ।