Posted inঅসম

শিলচৰলৈ ৰাজধানী ৰেল সেৱা সম্প্ৰসাৰিত কৰাৰ আহ্বান অসম সাংসদৰ

অসমৰ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ৰে’ল সংযোগৰ বাবে দক্ষিণ অসমৰ ৰাইজে প্ৰায়ে সন্মুখীন হোৱা অসুবিধাৰ পৰিপ্ৰেক্ষিতত শিলচৰলৈ ৰাজধানী এক্সপ্ৰেছৰ সেৱা সম্প্ৰসাৰিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। তেওঁ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱলৈ লিখা এখন পত্ৰত বৰাক উপত্যকাৰ লগতে মিজোৰামৰ দুৰ্বল ৰে’ল সংযোগ আৰু অৰুণাচল প্ৰদেশলৈ যাত্ৰা কৰা লোকসকলে সন্মুখীন হোৱা কষ্টৰ প্ৰতিও মন্ত্ৰালয়ৰ দৃষ্টি […]