Posted inঅসম

বৰাকৰ মৌলবী ম.ওয়াছমিনৰ বিতৰ্কিত মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে টাইপা

মৰাণঃ বৰাকৰ মৌলবী ম. ওয়াছমিনৰ বিতৰ্কিত মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)। মৌলবী, মৌলবাদী ম.ওয়াছমিনক লৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ প্ৰতিক্ৰিয়া। সাম্প্ৰদায়িক মন্তব্য কৰা লোকসকলক দেশৰ পৰা বহিস্কাৰ কৰাৰ আহ্বান চৰকাৰক। আহোম বুৰঞ্জীৰ কোনো কথা নজনাকৈ ইতিহাস বিকৃত কৰাৰ মন্তব্য কৰিছে ম. ওয়াছমিনে। লগতে পঢ়কঃপ্ৰবঞ্চক মৃদুপবনক লৈ আনন্দ […]