Posted inঅসম

নগাঁও বৰঘাট বাইপাচ এলেকাৰ কদৰ্যময় পৰিৱেশে অশ্বস্তিত পেলাইছে স্থানীয় ৰাইজক

নগাঁওঃ নগাঁও চহৰৰ বৰঘাট বাইপাচ এলেকাৰ কদৰ্যময় পৰিৱেশে চিন্তিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমী ৰাইজক। বিগত কিছুদিন ধৰি নগাঁও জিলা প্ৰশাসনৰ অধীনৰ নগাঁও পৌৰ সভাই নগাঁও চহৰৰ সমস্ত জাবৰ-জোথঁৰ আৰু সমস্ত লেতেৰা আৱৰ্জনাবোৰ গোটাই আনি এই বৰঘাট বাইপাচৰ মুকলি এলেকাত পেলাবলৈ লৈছে। ফলত বিঘ্নিত হৈছে সুন্দৰ এলেকাটোৰ প্ৰাকৃতিক পৰিৱেশ। বিভিন্ন জৈৱ বৈচিত্ৰ‍্যৰ সমাহাৰ এই অঞ্চলটোত বিভিন্ন সময়ত […]