নগাওঁঃ নগাঁৱৰ বঢ়মপুৰৰ এজিউৰ পাৱাৰ কোম্পানীত নিশা বন্যহস্তীয়ে চলালে উপদ্ৰৱ। বন্যহস্তীয়ে লণ্ডভণ্ড কৰিলে কোম্পানীটোৰ ফেঞ্চিং । হস্তী কৰিডৰ নহয় বুলি বন বিভাগে প্ৰমাণ পত্ৰ দিয়াত মিকিৰ-বামুনী গ্ৰান্টত স্থাপন হৈছিল আজু পাৱাৰ কোম্পানী । খিলঞ্জীয়াক উচ্ছেদ কৰি মিকিৰ বামুণী গ্ৰান্টত স্থাপন কৰিছিল এই কোম্পানী । লগতে পঢ়কঃজুৰীয়াৰ বিভিন্ন অঞ্চলত লাডেনসহ এটা বনৰীয়া হাতীৰ জাকৰ তাণ্ডৱ বন […]