Posted inঅসম

বৰপেটা জিলালৈ পিৰামল স্বাস্থ্য‌ই আগবঢ়ালে ৫ টা অ’ক্সিজেন কনচেনট্ৰেটৰ, ৮০টা অ’ক্সিমিটাৰ

বৰপেটা : ৰাজ্যজুৰি অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ। প্ৰতিদিনে ৰাজ্যত নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি। মৃত্যুৰ মুখতো প্ৰতিদিনে পৰি আছে বহু লোক। মহাসংকটৰ এই সময়ত প্ৰতিখন জিলাৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগ সন্মুখত পৰা ক’ভিডৰ বিৰুদ্ধে চলাই আছে যুঁজ। বৰপেটা জিলাৰ ক’ভিড বিৰোধী যুজঁখনত সহযোগিতা আগবঢ়াই পিৰামল স্বাস্থ্য ব্যৱস্থাপনা তথা গৱেষণা […]