বৰপেটা : আগন্তুক পৌৰসভা নিৰ্বাচনৰ বাবে বৰপেটা জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ আছে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কয় যে, জিলাখনৰ পাচঁখন চহৰত থকা ৬২ টা ৱাৰ্ডত এই পৰ্যন্ত মুঠ ভোটাৰ হৈছে ৯৩,৭১৫ জন। অৱশ্যে এই সংখ্যা আৰু সামান্য বৃদ্ধি হ’বও পাৰে বুলি তেওঁ […]