Posted inঅসম

বৰপেটা জিলাৰ থলুৱা মিঠাতেলৰ উদ্যোগ বিকাশৰ বাবে উপায়ুক্তৰ পদক্ষেপ

বৰপেটা : বৰপেটা জিলাৰ অৰ্থনৈতিক বিকাশৰ স্বাৰ্থত মিঠাতেল উৎপাদনকাৰী ক্ষুদ্ৰ উদ্যোগ সমূহক পুনৰুজ্জীবিত কৰাৰ লক্ষ্যৰে জিলা উপায়ুক্তই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। উপায়ুক্তৰ নিৰ্দেশ ক্ৰমে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত সৰ্থেবাৰীৰ বনিয়াকুছিত থকা মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিত থকা ক্ষুদ্ৰ মিঠাতেল উদ্যোগটোৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই উদ্যোগটো পৰিদৰ্শন কৰে। যোগান […]